Posts

Showing posts from October 2, 2020

Heredity and Evolution (Question Answer)

Image
  Heredity and Evolution (Question Answer) QUESTIONS 1. If a trait A exists in 10% of a population of an asexually reproducing species and a trait B exists in 60% of the same population, which trait is likely to have arisen earlier?  Answer: B trait has arisen earlier because it exists in maximum population. 2. How does the creation of variations in a species promote survival? Answer:  The variations created in a species protects the organism from extinction even in adverse conditions. As a result, the organism gains stability. Helps to adapt to the changing environment of the natural environment. 3. How do Mendel’s experiments show that traits may be dominant or recessive?  Answer:  Mendel used a number of contrasting visible characters of garden peas – round/wrinkled seeds, tall/short plants, white/violet flowers and so on. He took pea plants with different characteristics – a tall plant and a short plant, produced progeny from them, and calculated the percentages of tall or short pr

এছিড, ক্ষাৰক আৰু লৱণ ( অতিৰিক্ত প্ৰশ্নোত্তৰ)

এছিড, ক্ষাৰক আৰু লৱণ ( অতিৰিক্ত প্ৰশ্নোত্তৰ)  1. সূচক কি  ? সাধাৰণতে ব্য়ৱহাৰ হোৱা সূচক বিলাক কি কি  ? Answer:  সূচক হ'ল কিছুমান ৰঞ্জক পদাৰ্থ বা ৰঞ্জকৰ মিশ্ৰণ যিবিলাকক এছিড আৰু ক্ষাৰকৰ উপস্থিতি সূচাবলৈ ব্য়ৱহাৰ কৰা হয়।   সাধাৰণতে ব্য়ৱহাৰ হোৱা সূচক বিলাক হ'ল-                  1. প্ৰাকৃতিক সূচক                2. সাংশ্লেষিক সূচক/ কৃত্ৰিম সূচক               3. ঘ্ৰানেন্দ্ৰিক সূচক প্ৰাকৃতিক সূচকঃ  যিবিলাক সূচক প্ৰাকৃতিক  উৎসৰ প ৰা আহৰণ কৰা হয় সেইবোৰক প্ৰাকৃতিক সূচক বোলে।প্ৰাকৃতিক সূচকৰ উদাহৰণ হল- লিটমাছ, হালধি, ৰঙা বন্ধাকবি আদি। সাংশ্লেষিক সূচক/ কৃত্ৰিম সূচকঃ  সাংশ্লেষিক সূচক বা কৃত্ৰিম সূচকবোৰ কৃত্ৰিমভাবে গবেষণাগাৰত প্ৰস্ত ুত কৰা হয়। উদাহৰণ হল- মিথাইল অৰেঞ্জ, ফিনলফথেলিন আদি। ঘ্ৰানেন্দ্ৰিক সূচকঃ  যিবিলাক পদাৰ্থৰ আম্লিক আৰু ক্ষাৰকীয় মাধ্য়মত গোন্ধৰ পৰিৱৰ্তন ঘটে সেইবোৰক ঘ্ৰানেন্দ্ৰিক সূচক বোলে। উদাহৰণ হল- পিয়াজ, ভেনিলা আদি। 2. ক্ষাৰ কি  ? Answer : যিবোৰ ক্ষাৰক পানীত দ্ৰৱীভূত হয় সেইবোৰক ক্ষাৰ বোলে। এইবোৰ চাবোনৰ দৰে পিছল, তিতা আৰু ক্ষয়কাৰী। 3. লঘুকৰণ কি  ? Answer : এছিড বা ক্ষাৰক পানীৰ সৈতে