Posts

Showing posts from October 19, 2020

Heredity and Evolution (Question Answer)

Image
  Heredity and Evolution (Question Answer) QUESTIONS 1. If a trait A exists in 10% of a population of an asexually reproducing species and a trait B exists in 60% of the same population, which trait is likely to have arisen earlier?  Answer: B trait has arisen earlier because it exists in maximum population. 2. How does the creation of variations in a species promote survival? Answer:  The variations created in a species protects the organism from extinction even in adverse conditions. As a result, the organism gains stability. Helps to adapt to the changing environment of the natural environment. 3. How do Mendel’s experiments show that traits may be dominant or recessive?  Answer:  Mendel used a number of contrasting visible characters of garden peas – round/wrinkled seeds, tall/short plants, white/violet flowers and so on. He took pea plants with different characteristics – a tall plant and a short plant, produced progeny from them, and calculated the percent...

জীৱই কেনেকৈ বংশবিস্তাৰ কৰে( অতিৰিক্ত প্ৰশ্নোত্তৰ)

Image
 জীৱই কেনেকৈ বংশবিস্তাৰ কৰে( অতিৰিক্ত প্ৰশ্নোত্তৰ) 1.  হাইদ্রাৰ   মুকুল ’ দগম   পদ্ধতি   বর্ণনা   কৰা ।                      (HSLC 2016) Answer:  হাইড্রাই প্ৰজননৰ  বাবে সিহঁ তৰ দেহৰ কিছুমান কোষ মুকুলো দগম প্রক্রিয়াৰে পুনৰুজ্জীৱিত কৰে। হাইড্ৰাৰ এনে  প্ৰক্ৰিয়া ত   মু কুলবিলাক দেহৰ কোনো  এক নির্দিষ্ট স্থানত একেৰাহে কেইবাবাৰো  কোষ ৰ  বিভাজন  ঘটি টে মু না বান্ধি   চিত্র ত দেখুওৱাৰ দৰে  বাহিৰলৈ ওলাই আহে । এই মুকুলবিলাকৰ পৰাই সৰু সৰু আকাৰৰ   হাইড্রা ৰ   সৃ ষ্টি হয় আৰু যেতিয়া সিহঁত পূৰঠ হয় তেতিয়া সেইবিলাক মাতৃ হাইড্ৰাৰ পৰা এৰাই   আহি নতুন এটা হাইড্রাৰ উৎপত্তি কৰে। 2.    উদ্ভিদ   প্রজননকাৰী   সকলে   ব্যৱহাৰ   কৰা   কলাকৰ্ষণৰ   কৌশল   লিখা ।             (HSLC 2017) Answer:  কলাকৰ্ষণ ( Tissue Culture)  পদ্ধতিত ,  নতুন উদ্ভিদ সৃষ্টি কৰিবৰ বাবে প্ৰথ...