Posts

Showing posts from September 7, 2020

Heredity and Evolution (Question Answer)

Image
  Heredity and Evolution (Question Answer) QUESTIONS 1. If a trait A exists in 10% of a population of an asexually reproducing species and a trait B exists in 60% of the same population, which trait is likely to have arisen earlier?  Answer: B trait has arisen earlier because it exists in maximum population. 2. How does the creation of variations in a species promote survival? Answer:  The variations created in a species protects the organism from extinction even in adverse conditions. As a result, the organism gains stability. Helps to adapt to the changing environment of the natural environment. 3. How do Mendel’s experiments show that traits may be dominant or recessive?  Answer:  Mendel used a number of contrasting visible characters of garden peas – round/wrinkled seeds, tall/short plants, white/violet flowers and so on. He took pea plants with different characteristics – a tall plant and a short plant, produced progeny from them, and calculated the percent...

জীৱই কেনেকৈ বংশবিস্তাৰ কৰে (How do Organism Reproduce) প্ৰশ্নোত্তৰ

Image
  জীৱই কেনেকৈ বংশবিস্তাৰ কৰে (How do Organism Reproduce) প্ৰশ্নোত্তৰ প্রশ্নাৱলী 1.       প্রজনন প্রক্রিয়াত DNA প্রতিলিপিৰ আৱশ্যক কি ? Answer: প্রজনন  প্রক্রিয়াত DNA প্ৰতিলিপিকৰণে সুনিশ্চিত কৰে যাতে প্ৰতিটো অপত্য় কোষে সমান সংখ্য়ক   DNA লাভ কৰে। ইয়াৰ ফলত প্ৰজাতি এটাৰ নিজস্ব বৈশিষ্ট্য় বজায় থাকে। ই জীৱনৰ ধাৰাবাহিকতা বজায় ৰাখে।  DNA ৰ প্ৰতিলিপিকৰণত অপত্য়  DNA ডাল হুবহু একে নহয়, ফলত জীৱকূলৰ মাজত বৈশাদৃশ্য়তা সৃষ্টি হয় আৰু ই বিৱৰ্তনত সহায় কৰে। 2.       প্রজাতিৰ কাৰণে ভিন্নতা প্রয়াোজন কিন্তু একক জীৱৰ কাৰণে গুৰুত্বপূৰ্ণ নহয় কিয় ? Answer: জীৱৰ বিভিন্ন জনগোষ্ঠীয়ে বিভিন্ন ধৰণৰ পৰিবেশগত কাৰকৰ সৈতে যোগাযোগ ৰক্ষা কৰি থাকে। প্রদত্ত পৰিস্থিতিত বৰ্তি থাকিবৰ বাবে  ই অতি গুৰুত্বপূর্ণ। জনসংখ্যাৰ পৰিবেশগত অবস্থাৰ যিকোনো ক্ষয়ক্ষতিৰ ক্ষেত্রত জনসংখ্যাৰ ওপৰত বিৰূপ প্রভাব পৰে। যিবিলাক জীৱই এনে পৰিস্থিতিত বৰ্তি থাকিবলৈ সক্ষম হয় আৰু যিবিলাক জীৱ অবস্থাৰ সৈতে অভিযোজিত বা উপযুক্ত সেইবিলাকেই জনসংখ্যাৰ বিকাশ কৰিব পাৰে। গতিকে ভিন...