Posts

Showing posts from August 29, 2020

Heredity and Evolution (Question Answer)

Image
  Heredity and Evolution (Question Answer) QUESTIONS 1. If a trait A exists in 10% of a population of an asexually reproducing species and a trait B exists in 60% of the same population, which trait is likely to have arisen earlier?  Answer: B trait has arisen earlier because it exists in maximum population. 2. How does the creation of variations in a species promote survival? Answer:  The variations created in a species protects the organism from extinction even in adverse conditions. As a result, the organism gains stability. Helps to adapt to the changing environment of the natural environment. 3. How do Mendel’s experiments show that traits may be dominant or recessive?  Answer:  Mendel used a number of contrasting visible characters of garden peas – round/wrinkled seeds, tall/short plants, white/violet flowers and so on. He took pea plants with different characteristics – a tall plant and a short plant, produced progeny from them, and calculated the percent...

মৌলৰ পর্যাবৃত্ত শ্রেণীবিভাজন (প্ৰশ্নোত্তৰ)

মৌলৰ পর্যাবৃত্ত শ্রেণীবিভাজন (প্ৰশ্নোত্তৰ) প্রশ্নাবলী 1.   নিউলেণ্ডছ অষ্টকৰ স্তম্ভবোৰত ড ’ বাৰেইনাৰৰ ট্রায়াড আছিলনে ? তুলনা কৰা আৰু বিচাৰি উলিওৱা।  Answer:   নিউলেণ্ডছ অষ্টকৰ স্তম্ভবোৰত ড ’ বাৰেইনাৰৰ ট্রায়াড আছিল । যেনে- Li, Na, K । যদি Li ক প্ৰথম মৌল বুলি ধৰা হয় তেনেহলে Na  অষ্টম মৌল হ'ব  আৰু ইহঁতৰ ধৰ্ম একে। ঠিক তেনেদৰে যদি  Na ক প্ৰথম মৌল বুলি ধৰা হয় তেনেহলে  K মৌলটো হ'ব অষ্টম মৌল। 2. ড ’ বাৰেইনাৰৰ শ্রেণীবিভাজনৰ সীমাবদ্ধতাবোৰ কি কি আছিল ?  Answer:   ড ’ বাৰেইনাৰে সেইসময়লৈকে জ্ঞাত হোৱা মৌলবোৰৰ মাজৰ পৰা মাত্র তিনিটা ট্রায়াডহে চিনাক্ত কৰিব পাৰিছিল। সেইবাবে ট্রায়াড হিচাপে শ্রেণীবিভাজনৰ এই পদ্ধতিটো ব্যৱহাৰোপযোগী নাছিল। 3. নিউলেণ্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ কি কি আছিল ? Answer:   নিউলেণ্ডছৰ অষ্টক সুত্রৰ সীমাবদ্ধতাবোৰ হ'ল- 1.     অষ্টক সূত্ৰটো কেৱল কেলছিয়াম পর্যন্তহে প্রযোজ্য হোৱা পোৱা গৈছিল। কেলছিয়ামৰ পাছত অষ্টম মৌল একোটাৰ ধর্মবোৰ প্ৰথমটোৰে সৈতে একেধৰণৰ নাছিল। 2.      নিউলেণ্ডছে প্রকৃতিত কে...