Posts

Showing posts from October 5, 2020

Heredity and Evolution (Question Answer)

Image
  Heredity and Evolution (Question Answer) QUESTIONS 1. If a trait A exists in 10% of a population of an asexually reproducing species and a trait B exists in 60% of the same population, which trait is likely to have arisen earlier?  Answer: B trait has arisen earlier because it exists in maximum population. 2. How does the creation of variations in a species promote survival? Answer:  The variations created in a species protects the organism from extinction even in adverse conditions. As a result, the organism gains stability. Helps to adapt to the changing environment of the natural environment. 3. How do Mendel’s experiments show that traits may be dominant or recessive?  Answer:  Mendel used a number of contrasting visible characters of garden peas – round/wrinkled seeds, tall/short plants, white/violet flowers and so on. He took pea plants with different characteristics – a tall plant and a short plant, produced progeny from them, and calculated the percentages of tall or short pr

মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন ( অতিৰিক্ত প্ৰশ্নোত্তৰ)

 মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন ( অতিৰিক্ত প্ৰশ্নোত্তৰ) 1.  দুটা   মৌল   A  আৰু   B ৰ   পাৰমাণৱিক   সংখ্যা   যথাক্রমে   12  আৰু   17.  (i) A  আৰু   B  ৰ   ইলেকট্রনীয়   বিন্যাস   লিখা ।   (ii) A  আৰু   B ৰ   মাজত   কোন   প্রকাৰৰ   বান্ধনি   গঠন   হ ’ ব ?  (iii) A  আৰু   B ৰ   মাজত গঠন হোৱা যৌগটোৰ সংকেত লিখা। (HSLC 2017) Answer:   (i)  A  ৰ   ইলেকট্রনীয়  বিন্যাস 2,8,2 B  ৰ   ইলেকট্রনীয়    বিন্যাস 2,8,7 (ii)  A  আৰু   B ৰ   মাজত  আয়নিয়   বান্ধনি   গঠন   হ ’ ব। (iii)  A  আৰু   B ৰ   মাজত গঠন হোৱা যৌগটোৰ সংকেত  হ ’ ব- AB 2 2.  ড ’ বাৰেইনাৰৰ ট্রায়াড় কি ?   Answer:  1817  চনত জার্মান ৰসায়নবিদ জ ’ হান ওলফগেং ড ’ বাৰেইনাৰে ( Johann Wolfgang Dobereiner)  একে ধর্মবিশিষ্ট মৌলবোৰক একো একোটা গোটত সজাবলৈ যত্ন কৰিছিল। তেওঁ তিনিটা তিনিটা মৌল থকা কেইটামান গোট চিনাক্ত কৰিছিল। এইবোৰ তেওঁ ট্রায়াড বা   ত্রিক বুলিছিল। ড ’ বাৰেইনাৰে দেখুৱাইছিল যে ট্রায়াড এটাৰ মৌল তিনিটাক সিহঁতৰ পাৰমাণবিক ভৰৰ বৰ্দ্ধিত ক্ৰমত সজালে মাজৰটোৰ পাৰমাণৱিক ভৰ আন দুটা মৌলৰ পাৰমাণৱিক ভৰৰ গড় মানৰ প্রায় সমান হয়।           উদাহৰণস্