Posts

Showing posts from September 14, 2020

Heredity and Evolution (Question Answer)

Image
  Heredity and Evolution (Question Answer) QUESTIONS 1. If a trait A exists in 10% of a population of an asexually reproducing species and a trait B exists in 60% of the same population, which trait is likely to have arisen earlier?  Answer: B trait has arisen earlier because it exists in maximum population. 2. How does the creation of variations in a species promote survival? Answer:  The variations created in a species protects the organism from extinction even in adverse conditions. As a result, the organism gains stability. Helps to adapt to the changing environment of the natural environment. 3. How do Mendel’s experiments show that traits may be dominant or recessive?  Answer:  Mendel used a number of contrasting visible characters of garden peas – round/wrinkled seeds, tall/short plants, white/violet flowers and so on. He took pea plants with different characteristics – a tall plant and a short plant, produced progeny from them, and calculated the percent...

মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী (Human Eye And Colourful World) প্ৰশ্নোত্তৰ

Image
মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী (Human Eye And Colourful World) প্ৰশ্নোত্তৰ  প্ৰশ্নাৱলী 1. চকুৰ উপযোজন ক্ষমতা কি ? উত্তৰঃ মানুহৰ চকুৱে চকুৰ লেনছৰ ফ'কাছ দৈৰ্ঘ সালসলনি কৰি বিভিন্ন দূৰত্বত অৱস্থিত বস্ত ু ফ'কাছ কৰিব পৰা সামৰ্থ্য়কে চকুৰ উপযোজন ক্ষমতা বোলে। 2. মায় ’ পিয়াগ্রস্ত চকু থকা মানুহ এজনে 1.2 m তকৈ বেছি দুৰ ৰ বস্ত ু স্পষ্টকৈ দেখা নাপায়।যথোচিত দৃষ্টি ঘূৰাই আনিবলৈ কেনেধৰণৰ লেনছ ব্যৱহাৰ কৰিব লাগিব। উত্তৰঃ অৱতল লেনছ। 3. স্বাভাৱিক দৃষ্টিৰ মানুহ এজনৰ বাবে দুৰ-বিন্দু আৰু নিকটবিন্দুক কি ? উত্তৰঃ চকুৰ পৰা যি ন্যুনতম দুৰত্বত বস্ত ু এটা স্পষ্টকৈ আৰু কৃচ্ছ্ৰসাধন নকৰাকৈ দেখা পোৱা যায় তাক স্পষ্ট দৃষ্টিৰ ন্যূনতম দুৰত্ব ( least distance of distinct vision) বা চকুৰ নিকট বিন্দু ( Near point) বুলি কোৱা হয়। প্রাপ্ত বয়স্ক যুৱকযুৱতীৰ সুস্থ চকুৰ বাবে এই নিকট বিন্দু চকুৰ পৰা প্রায় 25 cm ।                 চকুৰে স্পষ্টকৈ দেখা আটাইতকৈ দূৰৰ বিন্দুটোক দূৰ বিন্দু ( Far Point) বোলে। সুস্থ চকুৰ বাবে দূৰ বিন্দু অসীমত। 4, ছাত্ৰ এজন শেষৰ বেঞ্চ...