Posts

Showing posts from October 3, 2020

Heredity and Evolution (Question Answer)

Image
  Heredity and Evolution (Question Answer) QUESTIONS 1. If a trait A exists in 10% of a population of an asexually reproducing species and a trait B exists in 60% of the same population, which trait is likely to have arisen earlier?  Answer: B trait has arisen earlier because it exists in maximum population. 2. How does the creation of variations in a species promote survival? Answer:  The variations created in a species protects the organism from extinction even in adverse conditions. As a result, the organism gains stability. Helps to adapt to the changing environment of the natural environment. 3. How do Mendel’s experiments show that traits may be dominant or recessive?  Answer:  Mendel used a number of contrasting visible characters of garden peas – round/wrinkled seeds, tall/short plants, white/violet flowers and so on. He took pea plants with different characteristics – a tall plant and a short plant, produced progeny from them, and calculated the percentages of tall or short pr

ধাতু আৰু অধাতু ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

ধাতু আৰু অধাতু ( অতিৰিক্ত প্ৰশ্নোত্তৰ )  1. ধাতৱ দ্য়ুতি কি ? উত্তৰঃ  বিশুদ্ধ ধাতুৰ পৃষ্ঠ চিকমিকিয়া হয়। ইয়াক ধাতব দ্য়ুতি বোলে। 2. বহুৰূপ কি? উদাহৰণ দিয়া। উত্তৰঃ কার্বন  এটা   অধাতু,   পিছে   ই   বেলেগ   বেলেগ   অৱস্থাত   থাকিব   পাৰে। ইয়াৰ   প্রতিটো   অৱস্থাক   বহুৰূপ  ( allotrope)  বোলে।   হীৰা   কার্বনৰ   বহুৰূপ।  ই   প্রকৃতিৰ   সকলোতকৈ   টান   পদার্থ   আৰু   ইয়াৰ   গলনাংক   আৰু   উতলাংকও   অতি   উচ্চ।   কার্বনৰ   আন   এবিধ   বহুৰূপ   হৈছে   গ্রেফাইট। 3. আয়নীয় বা ইলেক্ট্ৰযোজী যৌগ কি  ? উত্তৰঃ যিবিলাক যৌগ  ধনাত্মক   আৰু ঋণাত্মক আধানৰ মাজৰ শক্তিশালী বিদ্যুৎস্থিতীয় আকর্ষণীয় বলৰ দ্বাৰা গঠন হয় সেইবিলাককে  আয়নীয় যৌগ বোলে। যেনে- ছডিয়াম ক্লৰাইড এবিধ আয়নীয় যৌগ। ই  Na + আৰু Cl - আয়নৰ মাজত  বিদ্যুৎস্থিতীয় আকর্ষণীয় বলৰ দ্বাৰা গঠন হয়।   4. আয়নীয় যৌগই কিয় বিগলিত অৱস্থাতহে বিদ্য়ুত পৰিবহন কৰে  ? উত্তৰঃ  দ্ৰৱণৰ মাজেদি বিদ্যুৎ চালিত কৰিলে আধানযুক্ত কণিকাৰ   চলন আৰম্ভ হয়। আয়নীয় যৌগ পানীত দ্রবীভূত কৰি পোৱা দ্রৱৰ আয়নবিলাক বিদ্যুৎ প্রবাহৰ লগে লগে বিপৰীত ইলেক্ট্র ’ ডলৈ গতি কৰে। কঠিন অৱস্থাত   আয