Posts

Showing posts from October 6, 2020

Heredity and Evolution (Question Answer)

Image
  Heredity and Evolution (Question Answer) QUESTIONS 1. If a trait A exists in 10% of a population of an asexually reproducing species and a trait B exists in 60% of the same population, which trait is likely to have arisen earlier?  Answer: B trait has arisen earlier because it exists in maximum population. 2. How does the creation of variations in a species promote survival? Answer:  The variations created in a species protects the organism from extinction even in adverse conditions. As a result, the organism gains stability. Helps to adapt to the changing environment of the natural environment. 3. How do Mendel’s experiments show that traits may be dominant or recessive?  Answer:  Mendel used a number of contrasting visible characters of garden peas – round/wrinkled seeds, tall/short plants, white/violet flowers and so on. He took pea plants with different characteristics – a tall plant and a short plant, produced progeny from them, and calculated the percentages of tall or short pr

জীৱন প্ৰক্ৰিয়া (অতিৰিক্ত প্ৰশ্নোত্তৰ)

Image
জীৱন প্ৰক্ৰিয়া (অতিৰিক্ত প্ৰশ্নোত্তৰ)  1. মানুহৰ  উশাহ - নিশাহ   প্রক্রিয়া   বর্ণনা   কৰা ।                              (HSLC 2017) Answer:  মানুহৰ ক্ষেত্ৰত নাসাৰ ন্ধ্ৰ ইদি ( nostril)  দেহৰ ভিতৰলৈ বায়ু সেৱন কৰি লােৱা  হয়   ।  না কৰ বিন্ধাত থকা নােমবােৰে ভিতৰলৈ অহা বায়ু ছেকী ( Filtration)  লয়। নাসাৰ ন্ধ্ৰ ত থকা শ্লেস্মাই এনে কার্যত সহায় কৰে। ইয়াৰ পাছত টেটু হৈ শ্বাসনলীয়েদি হাঁওফাঁওলৈ বায়ুৰ প্রৱেশ ঘটে। টেটুৰ বায়ু নলীকা ডালত কিছুমান উপাস্থি ( Cartilase)  ৰে গঠিত আঙুঠি থাকে। সেইকাৰণে শ্বাসনলীৰ মাজেদি বায়ু চলাচল কৰোঁতে ই   চেপেটা হৈ লাগি নধৰে। হাঁওফাওঁ ৰ ভিতৰত শ্বা সনলীডাল সৰু সৰু কিছুমান শাখাত বিভক্ত হৈ ক্ষুদ্র ক্ষুদ্র বেলু ন সদৃশ অংগৰ সৃষ্টি হয়। এই বেলুন সদৃশ অংগবােৰক বায়ুকুপ ( alveoli)  বুলি কোৱা হয়। বায়ুকূপ বিলাকত অসংখ্য ক্ষুদ্র ক্ষুদ্ৰ ৰক্ত কেশিকাই জালিকা গঠন কৰে। উশাহ লােৱাৰ সময়ত আমাৰ কামি হাড়বােৰ ওপৰলৈ তুলি দিয়াৰ বাবে মধ্যচ্ছদা ( diaphragm)  খন নিম্নগামী হৈ গতি কৰে আৰু তেতিয়াই বক্ষ গহ্বৰটো ডাঙৰ হৈ পৰে। ইয়াৰ ফলত হাঁওফাঁওৰ ভিতৰলৈ বায়ু প্ৰৱেশ কৰি বায়ুকূপবিলাক বায়ুৰ