Posts

Showing posts from August 20, 2020

Heredity and Evolution (Question Answer)

Image
  Heredity and Evolution (Question Answer) QUESTIONS 1. If a trait A exists in 10% of a population of an asexually reproducing species and a trait B exists in 60% of the same population, which trait is likely to have arisen earlier?  Answer: B trait has arisen earlier because it exists in maximum population. 2. How does the creation of variations in a species promote survival? Answer:  The variations created in a species protects the organism from extinction even in adverse conditions. As a result, the organism gains stability. Helps to adapt to the changing environment of the natural environment. 3. How do Mendel’s experiments show that traits may be dominant or recessive?  Answer:  Mendel used a number of contrasting visible characters of garden peas – round/wrinkled seeds, tall/short plants, white/violet flowers and so on. He took pea plants with different characteristics – a tall plant and a short plant, produced progeny from them, and calculated the percentages of tall or short pr

কাৰ্বন আৰু তাৰ যৌগ ( Carbon and Its Compound)

Image
কাৰ্বন আৰু তাৰ যৌগ ( Carbon and Its Compound) কাৰ্বন           কাৰ্বন হৈছে এক বহুধাগুণযুক্ত মৌল। ই জীৱদেহ আৰু আমি ব্য়ৱহাৰ কৰা অজস্ৰ বস্ত ুৰ গঠনৰ আধাৰ। ই চতুৰ্সহ যোজ্য়তা সম্পন্ন এটা অধাতৱীয় মৌল। বহিঃকক্ষত 4টা ইলেক্ট্ৰণসহ কাৰ্বনত মুঠ 6 টা ইলেক্ট্ৰণ থাকে। কাৰ্বনৰ চতুৰ্সহ যোজ্য়তা আৰু  কেটিনেচন ধৰ্মৰ বাবে অগণন কাৰ্বন যৌগ পোৱা যায়।     কাৰ্বনৰ বান্ধনি           কার্বনৰ পৰমাণু ক্ৰমাংক  6 , ইয়াৰ যােজক ইলেক্ট্ৰনৰ সংখ্য়া  4 টা।   সেয়েহে সম্ভ্ৰান্ত গেছৰ বিন্যাস লাভ কৰিবলৈ ই চাৰিটা ইলেক্ট্রন গ্রহণ বা ত্যাগ কৰিব লাগিব। কার্বনে ইলেক্ট্রন গ্রহণ বা ত্যাগ কৰাহেতেন —  (i) চাৰিটা ইলেক্ট্রন গ্রহণ কৰি C 4 - এনায়ন গঠন কৰিব লাগিব। কিন্ত  ু   কার্বন নিউক্লিয়াছত  থকা ছয়টা প্র ’ টনে দহটা ইলেক্ট্রন (অর্থাৎ চাৰিটা অতিৰিক্ত ইলেকট্রন) ধৰি ৰখাটো সম্ভব  নহয়।  ( ii) সেইদৰে চাৰিটা ইলেকট্রন ত্যাগ কৰি C 4+ কেটায়ন গঠন কৰিব লাগিব। চাৰিটা ইলেক্ট্রন  আঁতৰাবলৈ বহু পৰিমাণৰ শক্তিৰ প্রয়ােজন হ'ব। আনহাতে কার্বন পৰমাণুৰ পৰমাণুগৰ্ভত ছয়টা প্র'টন থকাৰ বিপৰীতে মাত্র দুটাহে ইলেকট্রন থাকিব।            কার্বন পৰমাণুৱে তা