Heredity and Evolution (Question Answer)

Image
  Heredity and Evolution (Question Answer) QUESTIONS 1. If a trait A exists in 10% of a population of an asexually reproducing species and a trait B exists in 60% of the same population, which trait is likely to have arisen earlier?  Answer: B trait has arisen earlier because it exists in maximum population. 2. How does the creation of variations in a species promote survival? Answer:  The variations created in a species protects the organism from extinction even in adverse conditions. As a result, the organism gains stability. Helps to adapt to the changing environment of the natural environment. 3. How do Mendel’s experiments show that traits may be dominant or recessive?  Answer:  Mendel used a number of contrasting visible characters of garden peas – round/wrinkled seeds, tall/short plants, white/violet flowers and so on. He took pea plants with different characteristics – a tall plant and a short plant, produced progeny from them, and calculated the percentages of tall or short pr

দশম শ্ৰেণীৰ বিজ্ঞান

জীৱন প্ৰক্ৰিয়া

জীৱন প্ৰক্ৰিয়া কি❓

জীৱ আৰু জড়ৰ মাজৰ প্ৰভেদ আমি সকলোৱে জানো । সকলো জীৱৰে দেহত অনবৰতে কিছুমান পৰিঘটনা ছলি থাকে আৰু ইয়াৰ ফলস্বৰূপে জীৱবিলাকে কিছুমান বিশেষ চৰিত্ৰ (বৃদ্ধি আৰু বিকাশ, বংশবৃদ্ধি) বহন কৰে । জীৱ এটাই জীৱন ৰক্ষা কৰি থাকিবলৈ জীৱদেহত অবিৰতভাৱে সংঘটিত হৈ থকা প্ৰক্ৰিয়াবোৰক একত্ৰিতভাবে জীৱন প্ৰক্ৰিয়া বোলে ।

জীৱন প্ৰক্ৰিয়া মূলত ৫ প্ৰকাৰৰ-



 পৰিপুষ্টি- জীৱ এটা জীয়াই থাকিবলৈ জীৱন প্ৰক্ৰিয়াবোৰ চলি থকাটো অতি প্ৰয়োজন। ইয়াৰ বাবে শক্তিৰ দৰকাৰ হয়। এই শক্তি জীৱই বহিঃপৰিবেশৰ পৰা সংগ্ৰহ কৰে। জীৱ দেহৰ বাহিৰৰ শক্তিৰ উত্স, যাক আমি আহাৰ বুলি কও, সেই উত্সৰপৰা জীৱ দেহৰ ভিতৰলৈ শক্তি স্থানান্তৰণনৰ প্ৰক্ৰিয়াকে পৰিপুষ্টি বোলে। 
                 
  •  স্বসন  আহাৰৰ পৰা আহৰণ কৰা উপাদানবোৰ মানৱ শৰীৰৰ ভিতৰত সৰলীকৃত অণুলৈ পৰিবৰ্তন হয় আৰু সৰ্বশেষত এটা সমপৰ্যায়ৰ শক্তিৰ এককলৈ পৰিবৰ্তিত হয় যিয়ে জীৱন প্ৰক্ৰিয়া চলাই নিয়াত সহায় কৰে। ইয়াৰ বাবে জীৱদেহৰ অভ্যন্তৰত কিছুমান ৰাসায়নিক বিক্ৰিয়া সংঘতিত হোৱাটো প্ৰয়োজন। সাধাৰনতে জটিল অণুক সৰল অণুলৈ ৰূপান্তৰিত কৰিবলৈ জাৰণ আৰু বিজাৰণ বিক্ৰিয়াই মূখ্য ভূমিকা লয়। ইয়াৰ কাৰণে জীৱই পৰিবেশৰ পৰা প্ৰয়োজনীয় অক্সিজেন সংগ্ৰহ কৰি লয়। এনেদৰে জীৱই বহিঃপৰিবেশৰ পৰা অক্সিজেন সংগ্ৰহ কৰি আহাৰৰ বিভিন্ন উপাদানবোৰৰ পৰিবৰ্তন ঘটাই ব্যৱহাৰোপষোগী কৰি তোলা প্ৰক্ৰিয়াকে স্বসন বোলে।  


 
  • পৰিবহন খাদ্যৰ পৰা আহৰণ কৰা উপাদানসমূহ  জীৱদেহৰ প্ৰতিটো ্অংগ আৰু কোষলৈ বিয়পি যোৱাটো প্ৰয়োজন। জীৱদেহত বিভিন্ন লাগতীয়াল দ্ৰব্য দেহৰ সকলো অংশলৈ বিভিন্ন প্ৰক্ৰিয়াৰে কঢ়িয়াই লৈ যোৱা প্ৰক্ৰিয়াকেই পৰিবহন বোলে।





  •          প্ৰজননঃ সকলো জীৱৰে এটা গুৰুত্তপূৰ্ণ  বৈশিষ্ট হৈছে বংশবৃদ্ধি কৰা ক্ষমতা। 

এটা জীৱৰ পৰা আন এটা জীৱৰ সৃষ্টি হোৱাকে প্ৰজনন বোলে

  • ৰেচনঃ জীৱদেহত সংঘতিত হোৱা জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াৰ ফলত সৃষ্টি হোৱা অলাগতিয়াল উপজাত পদাৰ্থসমূহ দেহৰ পৰা নিষ্কাশন কৰাটো অতি প্ৰয়োজন। জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াৰে এই উপজাত পদাৰ্থবোৰ দেহৰ পৰা বৰ্জন কৰা প্ৰক্ৰিয়াকে ৰেচন বোলে।

Comments

Post a Comment

If you have any doubt please let me know

Popular posts from this blog

নিয়ন্ত্ৰন আৰু সমন্বয় ( অতিৰিক্ত প্ৰশ্নোত্তৰ-1)

2020 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান প্ৰশ্নকাকতৰ সমাধান (Solved Question Paper of HSLC 2020)