Posts

Heredity and Evolution (Question Answer)

Image
  Heredity and Evolution (Question Answer) QUESTIONS 1. If a trait A exists in 10% of a population of an asexually reproducing species and a trait B exists in 60% of the same population, which trait is likely to have arisen earlier?  Answer: B trait has arisen earlier because it exists in maximum population. 2. How does the creation of variations in a species promote survival? Answer:  The variations created in a species protects the organism from extinction even in adverse conditions. As a result, the organism gains stability. Helps to adapt to the changing environment of the natural environment. 3. How do Mendel’s experiments show that traits may be dominant or recessive?  Answer:  Mendel used a number of contrasting visible characters of garden peas – round/wrinkled seeds, tall/short plants, white/violet flowers and so on. He took pea plants with different characteristics – a tall plant and a short plant, produced progeny from them, and calculated the percent...

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ (Chemical Reactions And Equations)

  ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ Chemical Reactions And Equations ৰাসায়নিক বিক্ৰিয়া        ৰাসায়নিক বিক্ৰিয়া হৈছে এক প্ৰক্ৰিয়া য'ত এক বা একাধিক পদাৰ্থৰ ৰাসায়নিক পৰিৱৰ্তন ঘটি নতুন ৰাসায়নিক পদাৰ্থৰ সৃষ্টি হয়।      এটা ৰাসায়নিক বিক্ৰিয়া সংঘটিত হ'লে সাধাৰণতে তলত দিয়া পৰিৱৰ্তন সমূহ হয়-      (১) অৱস্থাৰ পৰিৱৰ্তন      (২) ৰঙৰ পৰিৱৰ্তন      (৩) গেছৰ উদ্ভৱ      (৪) উষ্ণতাৰ পৰিৱৰ্তন      (৫) অধঃক্ষেপ সৃষ্টি আদি। উদাহৰণ- (১) গাখিৰৰ পৰা দৈ হোৱা।        (২) খাদ্য়বস্তু ৰন্ধন        (৩) বায়ুত মেগনেছিয়াম ফিটাৰ দহন        (৪) লোত মামৰে ধৰা আদি। ৰাসায়নিক সমীকৰণ        যি সমীকৰণে বিক্ৰিয়ক, বিক্ৰিয়াজাত পদাৰ্থ, সিহঁতৰ ভৌতিক অৱস্থাক সাংকেতিক ৰূপত উপস্থাপন কৰে তাকে ৰাসায়নিক সমীকৰণ বোলে। যেনে- মেগনেছিয়াম+ অক্সিজেন ----- → মেগনেছিয়াম অক্সাইড  ...

Solved Question Paper of HSLC Examination 2019 Science

Image
Solved Question Paper of HSLC Examination 2019 Science  Time: 3 Hrs                    Total Marks: 90/ Pass Marks: 27

2019 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান প্ৰশ্নকাকতৰ সমাধান

Image
2019 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান প্ৰশ্নকাকতৰ সমাধান   GENERAL SCIENCE Full Marks : 90,  Pass  Marks  : 27,   Time : 3  hours 

Science Solved Question Paper of HSLC 2020 Examination

Image
Science Solved Question Paper of HSLC 2020 Examination

2020 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান প্ৰশ্নকাকতৰ সমাধান (Solved Question Paper of HSLC 2020)

Image
                                  2020  বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান প্ৰশ্নকাকতৰ সমাধান                                                      (Solved Question Paper of HSLC 2020)

দশম শ্ৰেণীৰ বিজ্ঞান

Image
জীৱন প্ৰক্ৰিয়া জীৱন প্ৰক্ৰিয়া কি❓ জীৱ আৰু জড়ৰ মাজৰ প্ৰভেদ আমি সকলোৱে জানো । সকলো জীৱৰে দেহত অনবৰতে কিছুমান পৰিঘটনা ছলি থাকে আৰু ইয়াৰ ফলস্বৰূপে জীৱবিলাকে কিছুমান বিশেষ চৰিত্ৰ (বৃদ্ধি আৰু বিকাশ, বংশবৃদ্ধি) বহন কৰে । জীৱ এটাই জীৱন ৰক্ষা কৰি থাকিবলৈ জীৱদেহত অবিৰতভাৱে সংঘটিত হৈ থকা প্ৰক্ৰিয়াবোৰক একত্ৰিতভাবে জীৱন প্ৰক্ৰিয়া বোলে । জীৱন প্ৰক্ৰিয়া মূলত ৫ প্ৰকাৰৰ-