Heredity and Evolution (Question Answer)

কার্বন পৰমাণুৰ মাজত দ্বিবান্ধনি বা ত্রিবান্ধনি থকা যৌগবোৰক অসংপৃক্ত যৌগ (unsaturated Compound) বোলা হয়। সংপৃক্ত যৌগতকৈ ইহঁত বহুপৰিমাণে সক্রিয়।
এই বিষম পৰমাণুবোৰ অকলশৰীয়াকৈ বা সিহঁতৰ একো একোটা থুপ বা মুলকৰ উপস্থিতিয়ে যৌগবােৰৰ ধর্ম নিৰ্দ্ধাৰণ কৰে।ধর্মবােৰ কার্বন শৃংখলৰ দৈর্ঘ্য বা প্ৰকৃতিৰ ওপৰত বিশেষ নির্ভৰ নকৰে। সেয়েহে এই মূলবােৰক কার্যকৰী মূলক (functional group) বােলে।
কিছুমান কার্যকৰী মূলক আৰু সিহঁতৰ সংকেতবোৰ তলত দিয়া হ'ল-
1.এলক’হল | -OH |
2. এলডিহাইড | ![]() |
3. কিট’ন | -CO or |
4.কাৰ্বক্সিলিক এছিড | -COOH |
CH3 CH2OH তপত গাঢ় H2SO4→ CH2 = CH2 + H2O
ইয়াত, গাঢ় ছালফিউৰিক এছিডক নিৰুদক দ্ৰৱ্য (dehydrating agent) হিচাপে গণ্য কৰা হয় যি ইথানলৰ পৰা পানী আঁতৰ কৰে।
C3H8, C4H8, C4H6, C3H6
Answer: C4H8, আৰু C3H6 একে সমগণীয় শ্রেণীৰ অন্তৰ্গত।
6. ইথানলৰ লগত ছ'ডিয়াম ধাতু যােগ কৰিলে কি ঘটে? বিক্রিয়াটোৰ প্রয়ােজনীয় ৰাসায়নিক সমীকৰণ লিখা। (HSLC 2017)
Answer: ইথানলে ছ’ডিয়াম ধাতুৰ লগত বিক্রিয়া কৰি হাইড্রজেন গেছ উৎপন্ন কৰে। ইথানলৰ লগত প্রস্ত ুত কৰা আনটো পদার্থ হ’ল ছ’ডিয়াম ইথ’ক্সাইড।
2Na + 2CHCH2OH → 2CH3CH20-Na+ + H2
7. হাইড্র’জেনেছন বিক্রিয়া কি? এটা উদাহৰণ দিয়া। (HSLC 2017)
8. বিউটেনৰ (C4H10) বাবে কিমানটা গঠন সমযােগী আঁকিব পাৰিবা ? প্ৰতিটোৰ নাম লিখা। (HSLC 2017)
Answer: বিউটেনৰ সমযোগীবোৰৰ গঠনসংকেত হ'ল
10. ক্ষাৰকীয় KMnO4 বা আম্লিক K2Cr207 ৰ সৈতে
ইথানলক উত্তপ্ত কৰিলে কি ঘটে? বিক্রিয়াটোৰ প্ৰয়োজনীয় ৰাসায়নিক সমীকৰণ লিখা
(HSLC 2018)
Answer: (a) ক্ষাৰকীয় পটাছিয়াম
পাৰমাংগানেট বা আম্লিক পটাছিয়াম ডাইক্ৰ'মেটে ইথানলক ইথানয়িক এচিডলৈ ৰূপান্তৰ কৰে। যিহেতু
এই বিক্ৰিয়াত ইথানলৰ লগত অক্সিজেন যোগ হয় সেয়ে এইটো এটা জাৰণ বিক্ৰিয়া।
CH3-CH2OH ক্ষাৰকীয় KMnO4+ তাপ→ CH3 COOH
11. ভিনেগাৰ কি? ইয়াৰ ব্য়ৱহাৰ লিখা।
Answer: এচেটিক এছিডৰ 5-8% জলীয় দ্ৰৱণক ভিনেগাৰ বোলে।আচাৰ সংৰক্ষণত ইয়াক ব্য়ৱহাৰ কৰা হয়।
Comments
Post a Comment
If you have any doubt please let me know