Posts

Heredity and Evolution (Question Answer)

Image
  Heredity and Evolution (Question Answer) QUESTIONS 1. If a trait A exists in 10% of a population of an asexually reproducing species and a trait B exists in 60% of the same population, which trait is likely to have arisen earlier?  Answer: B trait has arisen earlier because it exists in maximum population. 2. How does the creation of variations in a species promote survival? Answer:  The variations created in a species protects the organism from extinction even in adverse conditions. As a result, the organism gains stability. Helps to adapt to the changing environment of the natural environment. 3. How do Mendel’s experiments show that traits may be dominant or recessive?  Answer:  Mendel used a number of contrasting visible characters of garden peas – round/wrinkled seeds, tall/short plants, white/violet flowers and so on. He took pea plants with different characteristics – a tall plant and a short plant, produced progeny from them, and calculated the percent...

এছিড, ক্ষাৰক আৰু লৱণ (Acids, Bases And Salts)

                    এছিড, ক্ষাৰক আৰু লৱণ  

Chemical Reactions And Equations (Question Answer)

Chemical Reactions And Equations  (Question Answer)

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ ( প্ৰশ্নোত্তৰ) (Chemical reactions and Equations)

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ ( প্ৰশ্নোত্তৰ)                         প্রশ্নাৱলী 1.     বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল ' ব লাগে কিয় ? উত্তৰঃ বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল ' ব লাগে কাৰণ মেগনেছিয়ামে বায়ুমন্ডলীয় অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইড ( MgO )ৰ এটা তৰপ সৃষ্টি কৰে। অক্সিজেনৰ লগত পৰৱৰ্তী বিক্ৰিয়া ৰোধ কৰিবলৈ ইয়াক পৰিষ্কাৰ কৰি ল ' ব লাগে।        2. তলৰ ৰাসায়নিক বিক্রিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা।                (i) হাইড্রজেন + ক্ল ' ৰিন → হাইড্রজেন ক্ল ’ ৰাইড ।                ( ii) বেৰিয়াম ক্ল ' ৰাইড + এলুমিনিয়াম ছালফেট →   বেৰিয়াম ছালফেট + এলুমিনিয়াম ক্ল ' ৰাইড                 ( iii) ছ ' ডিয়াম + পানী → ছ ’ ডিয়াম হাইড্রক্সাইড + হাইড্রজেন। উত্তৰঃ ...

Chemical Reactions and Equations

  Chemical Reactions And Equations Chemical Reactions:   A chemical reaction is a process in which one or more substances undergo a chemical change to form a new substance with new chemical properties.                When a chemical reaction takes place, the following changes usually occur:                          (1) Change of states                          (2) Change in colour                          (3) Evolution of gas                          (4) Changes in temperature                          (5) Formation of precipitation etc.      Example-...

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ (Chemical Reactions And Equations)

  ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ Chemical Reactions And Equations ৰাসায়নিক বিক্ৰিয়া        ৰাসায়নিক বিক্ৰিয়া হৈছে এক প্ৰক্ৰিয়া য'ত এক বা একাধিক পদাৰ্থৰ ৰাসায়নিক পৰিৱৰ্তন ঘটি নতুন ৰাসায়নিক পদাৰ্থৰ সৃষ্টি হয়।      এটা ৰাসায়নিক বিক্ৰিয়া সংঘটিত হ'লে সাধাৰণতে তলত দিয়া পৰিৱৰ্তন সমূহ হয়-      (১) অৱস্থাৰ পৰিৱৰ্তন      (২) ৰঙৰ পৰিৱৰ্তন      (৩) গেছৰ উদ্ভৱ      (৪) উষ্ণতাৰ পৰিৱৰ্তন      (৫) অধঃক্ষেপ সৃষ্টি আদি। উদাহৰণ- (১) গাখিৰৰ পৰা দৈ হোৱা।        (২) খাদ্য়বস্তু ৰন্ধন        (৩) বায়ুত মেগনেছিয়াম ফিটাৰ দহন        (৪) লোত মামৰে ধৰা আদি। ৰাসায়নিক সমীকৰণ        যি সমীকৰণে বিক্ৰিয়ক, বিক্ৰিয়াজাত পদাৰ্থ, সিহঁতৰ ভৌতিক অৱস্থাক সাংকেতিক ৰূপত উপস্থাপন কৰে তাকে ৰাসায়নিক সমীকৰণ বোলে। যেনে- মেগনেছিয়াম+ অক্সিজেন ----- → মেগনেছিয়াম অক্সাইড  ...